Posts

Journey To Sohra , Meghalaya

Image
My Bike Journey to Sohra, Meghalaya One of the most memorable experiences of my life was my bike journey to Sohra, Meghalaya, with my friends. We planned this trip to enjoy nature, explore new places, and take a break from our busy lives. We started our journey early in the morning from Guwahati. We checked our bikes, wore our helmets, and carried some snacks, water, and raincoats. We took the Guwahati–Shillong Road and travelled towards Shillong through beautiful hills and green forests. The cool morning breeze and fresh air made us feel excited. On the way, we stopped for breakfast and tea. After reaching Shillong, we continued our journey towards Sohra via the scenic road through Mawkdok. The winding roads, deep valleys, and clouds floating over the hills made the journey amazing. We stopped at the famous Mawkdok Dympep Valley Viewpoint, where we took photographs and enjoyed the breathtaking view. As we continued towards Sohra, the weather became cooler, and the landscape looked bea...

মোৰ প্ৰিয় গ্ৰন্থ

Image
মোৰ আটাইতকৈ প্ৰিয় কিতাপ পঢ়াৰ অভিজ্ঞতা আছিল এখন বিশেষ উপন্যাসৰ সৈতে কটোৱা সময়খিনি। শান্ত পৰিৱেশত কিতাপখন হাতত লৈ পাতবোৰ লুটিয়াই যাওঁতে মই যেন এক সম্পূৰ্ণ নতুন পৃথিৱীত হেৰাই গৈছিলোঁ। কিতাপখনৰ প্ৰতিটো চৰিত্ৰ আৰু কাহিনীৰ মোচৰে মোৰ মন গভীৰভাৱে স্পৰ্শ কৰিছিল। পঢ়ি থকাৰ সময়ত মই সুখ, দুখ আৰু দেশপ্ৰেম, ত্যাগ —সকলোবোৰ একেলগে অনুভৱ কৰিছিলোঁ। সেই অভিজ্ঞতাটোৱে কেৱল মোৰ কল্পনাতাক নহয়, জীৱনক চোৱাৰ দৃষ্টিভংগীও সলনি কৰি দিছিল। মোৰ বাবে সেইয়া কেৱল কিতাপ পঢ়া নাছিল, বৰঞ্চ এক অবিস্মৰণীয় মানসিক যাত্ৰাহে আছিল। ‘মৃত্যুঞ্জয়’ উপন্যাসখন পঢ়ি মই এক গভীৰ দেশপ্ৰেমমূলক আৰু ঐতিহাসিক অভিজ্ঞতা লাভ কৰিলোঁ। উপন্যাসখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ মানুহৰ জীৱন, সংগ্ৰাম আৰু ত্যাগৰ বিষয়ে বহু কথা জানিবলৈ পালোঁ। উপন্যাসখন পঢ়ি মই উপলব্ধি কৰিলোঁ যে স্বাধীনতা কেৱল এটা অধিকাৰ নহয়; ইয়াৰ লগত অসংখ্য মানুহৰ ত্যাগ, সাহস আৰু সংগ্ৰাম জড়িত হৈ আছে। দেশৰ প্ৰতি ভালপোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ মানসিকতাই মানুহক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শক্তি প্ৰদান কৰে। লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ঐতিহাসিক পৰিৱেশ আৰু মানৱ...

ভাৰতীয় ধাতুৰ ভাস্কৰ্য

Image
ধাতুৰ ভাস্কৰ্য মহেঞ্জোদাৰোত আবিষ্কৃত হোৱা ধাতুৰ মূৰ্তি কেইটিয়েই ভাৰতৰ প্ৰাচীন ধাতুৰ মূর্তি। নাচনী ছোৱালীৰ সৰু মূর্তি খনি ইয়াৰ ভিতৰত প্ৰখ্যাত। এই মূর্তিৰ হাত আৰু ভৰিবোৰ দীঘল, গোটেই বাওঁহাতখন খাৰুৰে ভৰা। হাৰাপ্পা যুগৰ ধাতু শিল্পৰ এইটো উৎকৃষ্ট নিদর্শন। সেয়ে এইটো পৃথিবী বিখ্যাত হৈ উঠিছে। কিছু সময় নচাৰ পিচত নাচনীয়ে বাওঁহাতখন আঠুৰ ওপৰত আৰু সোঁহাত খন তপিনাত ভৰদি জিৰণি লৈছে। সেই যুগতো যে নাচৰ প্ৰচলন আছিল এই মূর্তি খনিয়েই তাৰ প্ৰমাণ। কুশান যুগতো তক্ষশীলাত ধাতুৰ মূর্তি নিৰ্মাণ কৰা হৈছিল। কিন্তু এই মূৰ্তিবোৰ অতি নিম্নখাপৰ। গুপ্ত যুগত পূর্ণ আকাৰৰ সুন্দৰ সুন্দৰ ধাতুৰ মূৰ্তি তৈয়াৰ হৈছিল। বার্মিংহামত থকা চুলতান-পুৰৰ প্রকাণ্ড বুদ্ধ মূর্তিটো এই যুগৰ এটি উল্লেখযোগ্য ভাস্কর্য। কৰাচীৰ সংগ্ৰহালয়ত থকা ব্ৰহ্মাৰ মূৰ্তিটো আন এটি গুপ্ত যুগৰ সুন্দৰ নিদৰ্শন। অমৰাৱতী আৰু মথুৰাতো ধাতুৰ মূর্তি নিৰ্মাণ কৰা হৈছিল বুলি প্রমাণ পোৱা যায়। ৮ম শতিকাৰ পৰা সৰু সৰু বহন কৰিব পৰা (Portable) ধাতুৰ মৃতিৰ প্ৰচলনৰ বৃদ্ধি হয়। শিলৰ ভাস্কৰ্ষৰ লগে লগে পাল যুগত ধাতুৰ ভাস্কৰ্যৰো যথেষ্ট উন্নতি হৈছিল। নালন্দা, কুকিহাৰ, ত্রিপুৰা ...